This browser does not support the video element.
বঙাইগাঁও ভাগ: চম্পাৱতী নৈত পৰি মৃত্যু হোৱা দুজনৰ মৃতদেহ নিজ ঘৰ চাইনা মাৰ্কেটত অহাৰ পিছত শোকাকুল পৰিবেশৰ সৃষ্টি হয়
Bongaigaon Part, Bongaigaon | Sep 2, 2025
বঙাইগাঁওৰ চাইনা মাৰ্কেটত শোকাকুল পৰিবেশ,চম্পাৱতী নৈত গা ধুবলৈ গৈ মৃত্যু হোৱা দুজন যুৱকৰ মৃতদেহ ঘৰত অহাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে যোৱা দেওবাৰে এই যুৱক দুজন সন্ধানহীন হৈছিল চম্পাৱতী নৈত। গা ধুবলৈ গৈ নদীত হেৰাই গৈছিল যুৱক দুজন পিছে যোৱাকালি এজনৰ মৃতদেহ উদ্ধাৰ হয় আৰু আজি এজনৰ মৃতদেহ উদ্ধাৰ হয় নদীৰ পৰা। পিছে মৰণোত্তৰ পৰীক্ষাৰ পিছত তেওঁলোকৰ মৃতদেহ লৈ অনা হয় ঘৰত। ঘৰত মৃতদেহ লৈ অনাৰ পিছতেই এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।