Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা তিনি ঘণ্টাৰ ভিতৰতে নভেটিৰ পৰা চোৰ সহ চুৰি হোৱা সোণৰ গহনা আৰু নগদ ধন ধন উদ্ধাৰ

Marigaon, Morigaon | Aug 22, 2025
শুক্ৰবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত মৰিগাঁও আৰক্ষীৰ বৃহৎ সফলতা তিনি ঘণ্টাৰ ভিতৰতে চোৰ সহ চুৰি হোৱা সোণৰ গহনা আৰু নগদ ধন উদ্ধাৰ। উল্লেখ্য যে মৰিগাঁও জিলাৰ সোনাৰিগাঁৱৰ এটি পৰিয়ালত মানুহ নথকাৰ সুযোগ বুজি চোৰে চলাইছিল চাফাই অভিযান।সমগ্ৰ ঘটনাৰ বিষয়ে মৰিগাঁও আৰক্ষীক অৱগত কৰাত চুৰি কাণ্ড সংঘটিত হোৱা তিনি ঘন্টাৰ ভিতৰতে মৰিগাঁও নভেটিত এজনক কৰায়ত্ত কৰাৰ লগতে চোৰটোৰ পৰা সোনৰ চেইন দুডাল, সোনৰ ফুলি দুযোৰ , আঙুঠি এটা আৰু নগদ ধন ১৪০০ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
Read More News
T & CPrivacy PolicyContact Us