Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: সদৰত জনজাতি কৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পুলিণ্ড মৰাণৰ

Tinsukia, Tinsukia | Sep 11, 2025
তিনিচুকীয়াত চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ মৰাণ ছাত্ৰ সন্থা । জনজাতি কৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি পুলিণ্ড মৰাণৰ । ইতিমধ্যে জনগোষ্ঠীটোৱে ধাৰাবাহিক ভাৱে জনজাতি কৰনৰ দাবীত হাজাৰ হাজাৰ মৰাণ জনগণে একত্ৰিত হৈ বিশাল জোৰ সমদল বাহিৰ কৰে । মৰাণ জনগোষ্ঠীক জনজাতি কৰণ নকৰিলে ইয়াতকৈও জংগী আন্দোলন গঢ়ি তোলা হব কয় ।
Read More News
T & CPrivacy PolicyContact Us