This browser does not support the video element.
দেৰগাঁও: পৰকিয়া প্ৰেমৰ বাবেই পত্নীক শাৰীৰিক মানসিক নিৰ্য্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা ধৃত স্বামীক গ্ৰেপ্তাৰ দেৰগাঁৱত
Dergaon, Golaghat | Aug 28, 2025
৯ দিনৰ অন্তত পৰকিয়া প্ৰেমৰ বাবেই পত্নীক শাৰীৰিক মানসিক নিৰ্য্যাতন চলাই আত্মহত্যা কৰিবলৈ বাধ্য কৰা ধৃত স্বামীক গ্ৰেপ্তাৰ বৃহস্পতি বাৰে বিয়লি প্ৰায় ৫ বজাত গ্ৰেপ্তাৰ হ'ল দেৰগাঁৱৰ আৰক্ষীৰ জোৱান আৰিফুৰ ৰহমান । ৯ দিনৰ অন্তত গ্ৰেপ্তাৰ হ'ল দেৰগাঁও বেটেলিয়ান ট্ৰেইনিং চেণ্টাৰৰ লেঞ্চ নায়ক আৰিফুৰ। আৰিফুৰৰ অত্যাচাৰত পত্নীয়ে চৰম পন্থা বাচি লবলৈ বাধ্য হল বুলি পত্নীৰ পৰিয়ালয় অভিযোগৰ পিচতেই গ্ৰেপ্তাৰ আৰিফুৰক। আৰিফুৰৰ লগতে গ্ৰেপ্তাৰ হৈছে পৰকীয়া প্ৰেমৰ অভিযোগ উঠা যুৱতী গৰাকী।