Download Now Banner

This browser does not support the video element.

নগাঁও: সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত কল্লোল ভৱনত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন

Nagaon, Nagaon | Sep 21, 2025
সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত কল্লোল ভৱনত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ।নগাঁও কল্লোল ভৱনত সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্দ্যোগত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰোব জুবিন গাৰ্গ লৈ শ্ৰূদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি জুবিন গাৰ্গকলৈ লিখা কবিতা পাঠ কৰা হয়। হাৰ্টথ্ৰৱ জুবিন গাৰ্গক স্মৰণ কৰি জুবিনৰ মায়াবিনি গানটো সকলোৱে একেলগে পৰিৱেশন কৰে ।
Read More News
T & CPrivacy PolicyContact Us