This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত যুৱ মৰ্চাৰ জিলা সমিতি গঠন,উপস্থিত বিধায়ক নিজানুৰ ৰহমান
Dhubri Part, Dhubri | Aug 21, 2025
ধুবুৰী চহৰৰ ৮ নং ৱাৰ্ড স্থিত কাৰ্যালয়ত AIUDF’ৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। উক্ত সভাত গৌৰীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাংগঠনিক সভাখনত সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচন সন্দৰ্ভতো আলোচনা কৰা হয়। ইপিনে উক্ত সভাত যুৱ মৰ্চাৰ ধুবুৰী জিলা সমিতিখন গঠন কৰা হয়।