This browser does not support the video element.
নগাঁও: সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী দিনাই উত্তৰ ধিংবৰি চাপৰি বালিকা মোক্তাৱত উত্তপ্ত পৰিস্থিতি,মন্তব্য ভুক্তভোগীৰ
Nagaon, Nagaon | Sep 8, 2025
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী দিনাই জুৰীয়াৰ এখন বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। ন্যায় বিচাৰি সংবাদ মাধ্যমত মন্তব্য সোমবাৰে বিয়লি প্ৰায় চাৰি মান বজাত ভুক্তভোগীৰ। জুৰীয়াৰ উত্তৰ ধিংবৰি চাপৰি বালিকা মোক্তাবত প্ৰাৰ্থনা সভাৰ প্ৰস্তূতি চলি থাকোতেই উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ।বিদ্যালয়ৰ ভিতৰত প্ৰবেশ কৰি প্ৰধান শিক্ষকক আক্ৰমণ দুৰ্বৃত্তৰ।নিজকে ভুমিদাতা বুলি পৰিচয় দি থকা নজৰুল ইছলাম নামৰ যুবক জনে সংঘটিত কৰে এনে ভয়ংকৰ কাণ্ড।সুতিৰপাৰ আৰক্ষী চকীত নজৰুল ইছলামৰ বিৰু