Download Now Banner

This browser does not support the video element.

নগাঁও: জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে পুৰণিগুদাম পঞ্চায়তত বিধায়ক জিতু গোস্বামী উপস্থিত হৈ আদৰণি জনাই শতাধিক জেষ্ঠ নাগৰিক সকলক

Nagaon, Nagaon | Aug 21, 2025
বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে পুৰণিগুদাম পঞ্চায়তত উপস্থিত হৈ আদৰণি জনালে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক সকলক।পুৰণিগুদামৰ বিভিন্ন অঞ্চলৰ শতাধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনাই বিধায়ক গৰাকীয়ে।সম্বৰ্ধনা অনুষ্ঠানৰ লগতে পুৰণিগুদম পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ গৃহ প্ৰৱেশৰ আনুষ্ঠানিকতা সম্পন্ন কৰে।
Read More News
T & CPrivacy PolicyContact Us