Download Now Banner

This browser does not support the video element.

বৰপেটা: জয়পুৰ গাঁওত কংগ্ৰেছৰ ২২ নং বুথ কমিটি গঠনৰ বাবে সাধাৰণ সভা

Barpeta, Barpeta | Sep 30, 2025
৩৫ নং ঘিলাঝাৰী মণ্ডল কংগ্ৰেছৰ অন্তৰ্গত জয়পুৰ গাঁওৰ ২২ নং বুথ কমিটি গঠনৰ বাবে মঙলবাৰে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত উপস্থিত থাকে ঘিলাঝাৰী ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ৰফিকুল ইছলাম তালুকদাৰ, মণ্ডল কংগ্ৰেছৰ সভাপতি জুলহাচ আলি আহমেদ সাধাৰণ সম্পাদক দেৱান শ্বহিদুল ইছলাম ৩৫ নং ঘিলাজাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য জাৰিৰ হুছেইন তালুদাৰৰ লগতে ঘিলাজাৰী মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়া সকল ।
Read More News
T & CPrivacy PolicyContact Us