Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: ছালাকাটিত বিটিচি চৰকাৰৰ ৰাজবংশী ভাষাক বিটিচিত স্বীকৃতি প্ৰদান কৰাক আদৰণি জনায় ইউপিপিএল ব্লক সমিতিৰ সম্পাদক চাবুৰাম ৰায়

Kokrajhar Part, Kokrajhar | Aug 26, 2025
মংগলবাৰ দিনা ৰাতিপুৱা কোকৰাঝাৰ জিলাৰ ছালাকাটিত উপস্থিত হৈ ইউপিপীএল ব্লক সমিতিৰ সম্পাদক চাবু ৰাম ৰায় বিটিচি চৰকাৰে ৰাজবংশী ভাষাক বিটিচিত স্বীকৃতি দিয়াক আদৰণি জনাই কয় যে বিটিচি চৰকাৰৰ এটো ঐতিহাসিক সিধান্ত,বিটিচি চৰকাৰে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মুঠ ১৪ খন প্ৰাথমিক বিদ্যালয়ত ৰাজবংশী ভাষাক অতিৰিক্ত হিচাপে অন্তৰ্ভুক্তিকৰণ কৰিছে বুলি জানিবলৈ দিয়ে
Read More News
T & CPrivacy PolicyContact Us