Download Now Banner

This browser does not support the video element.

মানকাচৰ: দক্ষিণ শালমাৰাত মডেল স্কুলৰ গৃহ নিৰ্মাণত চৰম দুৰ্নীতিৰ অভিযোগ ,ৰাইজৰ অভিযোগ ঠিকিদাৰৰ

Mankachar, South Salmara-Mankachar | Aug 25, 2025
সোমবাৰে দিনৰ ১১ বজাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ হামিদাবাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভাগে আবণ্টন দিয়া মডেল বিল্ডিংৰ কামত দুৰ্ণীতিৰ অভিযোগ উত্থাপন কৰে। প্ৰায় সাত কোটি টকা আবণ্টন দি গৃহ নিৰ্মাণৰ দায়িত্ব দিয়ে ঠিকাদাৰ গৰাকীয়ে কামত এদিনো উপস্থিত নাথাকি আনৰ হতুৱাই গৃহৰ নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে কামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us