Install App
jerina7
This browser does not support the video element.
ডুমডুমা: হাঁহচৰা চাৰিআলি পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ হৈ ৰাইডাঙ চাহ বাগিচাৰ হস্পিটেললৈ ১২০০ মিটাৰৰ পথটোৰ শুভ উদ্ধোধন শ্ৰম মন্ত্ৰীৰ
Doom Dooma, Tinsukia | Aug 11, 2025
সোমবাৰে বিয়লি প্ৰায় ৩ বজাত ডুমডুমাৰ হাঁহচাৰা চাহ বাগিচা অঞ্চলত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনি (২০২৩-২০২৪) বৰ্ষৰ অধীনত নির্মাণ সম্পূৰ্ণ হোৱা হাঁহচৰা চাৰিআলি পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ হৈ ৰাইডাঙ চাহ বাগিচাৰ হস্পিটেললৈ ১২০০ মিটাৰৰ পথটোৰ শুভ উদ্ধোধন কৰে শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই ।এই পথ সমূহৰ নিৰ্মাণৰ জৰিয়তে অঞ্চলটোৰ যোগাযোগ-পৰিবহনৰ ক্ষেত্ৰত জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে কেবিনেট মন্ত্ৰী গৰাকীয়ে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!