Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুমত গৰু ভৰ্তি বাহন আৰু আৰক্ষী বাহনৰ মাজত সংঘৰ্ষ

Tinsukia, Tinsukia | Sep 3, 2025
আজি পুৱা প্ৰায় ৬ মান বজাত  AS04AC 4546 নম্বৰৰ টাটা ইন্ট্রা বাহন এখনত লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলৰ পৰা   চোৰাংভাৱে গৰু সৰবৰাহ কৰি লৈ যোৱা অৱস্থাত লাংকাচি আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰিবলৈ লওঁতে মাকুম টেঙাপানী ৰোডত আৰক্ষীৰ বলেৰো বাহন আৰু গৰু ভৰ্তি বাহন খনৰ মাজত সংঘৰ্ষ হয়। সংঘৰ্ষৰ ফলত গৰু ভৰ্তি বাহন খন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে একমাত্ৰ চালক জন গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিবলৈ পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us