Install App
arindram93
This browser does not support the video element.
পশ্চিম ডিব্ৰুগড়: বৰবৰুৱাৰ জিৰ' পইন্টত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত অফ্ৰিকাৰ গৱেষক ছাত্ৰ ছাত্ৰীয়ে
Dibrugarh West, Dibrugarh | Sep 21, 2025
চৌদিশে শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰিয় শিল্পী গৰাকীক সেৰুৱাই শোকত ম্ৰিয়মাণ অগণন অনুৰাগী। আজি ৰবিবাৰে সন্ধিয়া ৮ বজাত বৰবৰুৱাৰ জিৰ' পইন্টত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰে বৰবৰুৱাৰ অগণন লোকৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত আফ্ৰিকাৰ কেইজনমান গৱেষক ছাত্ৰ ছাত্ৰীৰ। জয় জুবিনদা শ্লোগান দিয়ে আফ্ৰিকাৰ গৱেষক ছাত্ৰ ছাত্ৰী সকলে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!