Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ ত আৰু মাকুম সম জিলা প্ৰশাসনৰ সহযোগত মাকুমত সুধাকণ্ঠৰ জন্ম শত বাৰ্ষিকীৰ উদযাপন
Tinsukia, Tinsukia | Sep 8, 2025
বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ জন্ম শত বাৰ্ষিকী উপলক্ষে সোমবাৰে মাকুমতো অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগ ত আৰু মাকুম সম জিলা প্ৰশাসনৰ সহযোগত হাপজান গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সভাগৃহত দিনজোৰা কাৰ্য্য সূচীৰে উদযাপন কৰা হয়। কাৰ্য্য সূচী অনুসৰি পুৱা বন্তি প্ৰজলন কৰে মাকুম সম জিলা আয়ুক্ত পংকজ চমুৱাই ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!