Download Now Banner

This browser does not support the video element.

মাটিয়া: কৃষ্ণাই মধ্য আঞ্চলিক বন নিয়াপুলিত অবৈধ কাঠফলা মিল উৎখ্যাত কৰাৰ লগতে বৃহৎসংখ্যক চোৰাং কাঠ জব্দ,আটক -৩

Matia, Goalpara | Aug 28, 2025
কৃষ্ণাই মধ্য আঞ্চলিক বন নিয়াপুলিত অবৈধ কাঠফলা মিল উৎখ্যাত কৰাৰ লগতে বৃহৎসংখ্যক চোৰাং কাঠ জব্দ, আটক -৩।কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়া দেৱব্ৰত শৰ্মাৰ নেতৃত্বত এদল বনপালক, বনকৰ্মী আৰু বেটেলিয়নে লেলাৰ অসম-মেঘালয় সীমান্তৰ নিয়াপুলি ত চলা অভিযানত এটা অবৈধ কাঠফলা মিল উচ্ছোদ কৰাৰ লগতে প্ৰায় ৫০হেজাৰ টকাৰ চেগুন গছৰ কুণ্ড জব্দ কৰে ৷ আনহাতে অবৈধ কাঠফলা মিলত কাঠ ফালি থকা সময়তে তিনি শ্ৰমিকক আটক কৰা বুলি জানিবলৈ বন বিষয়া গৰাকী ৷
Read More News
T & CPrivacy PolicyContact Us