Download Now Banner

This browser does not support the video element.

ৰামধেনু পুথিভঁৰালত অনুষ্ঠিত বৃহত্তৰ সৰুপেটা দুৰ্গা পূজা উদযাপনৰ শতবৰ্ষ অনুষ্ঠানৰ প্ৰস্তুতি সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

India | Sep 6, 2025
বৃহত্তৰ সৰুপেটা দুৰ্গা পূজা উদযাপনৰ এইবেলি শতবৰ্ষত ভৰি দিলে৷ বৃহত্তৰ সৰুপেটা দুৰ্গা পূজা উদযাপনৰ শতবৰ্ষ অনুষ্ঠানৰ শনিবাৰে এখন প্ৰস্তুতি সভাত অনুষ্ঠিত হয় ৷ শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ সভাপতিত্বত সৰুপেটাৰ ৰামধেনু পুথিভঁৰালত অনুষ্ঠিত হোৱা সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে ৷ সভাখনত জিলা পৰিষদৰ সদস্য অৰবিন্দ বৰ্মনকে আদি কৰি উদযাপন সমিতিৰ সাধাৰণ সম্পাদক কাশ্যপ চৌধুৰীৰ লগতে সমূহ বিষয়ববীয়া উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us