Download Now Banner

This browser does not support the video element.

নগাঁও: টমটম চালকে স্প্ৰে মাৰি অচেতন কৰি লুট কৰিলে মহিলাক , সংবাদ মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ ভুক্তভোগীৰ

Nagaon, Nagaon | Sep 7, 2025
টমটম চালকে স্প্ৰে মাৰি অচেতন কৰি লুট কৰিলে মহিলাক ।শনিবাৰে নিশা বৰঘাট বাইপাচৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বিভা সূত্ৰধৰ নামৰ মহিলাক। অচেতন অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বিভা সূত্ৰধৰ নামৰ মহিলা গৰাকীক।শনিবাৰে দুপৰীয়া ই-ৰিক্সাত উঠি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়লৈ আহিছিল মহিলাগৰাকী। তেতিয়াই ই-ৰিক্সা চালকে মুখত স্প্রে মাৰি তেওঁক অচেতন কৰি বৰঘাটত পেলাই যায়। সংকট জনক অৱস্থাত বিভা সূত্ৰধৰক নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি
Read More News
T & CPrivacy PolicyContact Us