Download Now Banner

This browser does not support the video element.

মৰঙী: মৰঙিত গ্ৰাম্য উন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত দুৰ্নীতিৰ অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ

Morangi, Golaghat | Aug 27, 2025
মৰঙিত গ্ৰাম্য উন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত দুৰ্নীতিৰ বিস্ফোৰক অভিযোগ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ।ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ সংগঠনটোৰ। বুধবাৰে পুৱা প্ৰায় ১০ বজাত মৰঙিত গ্ৰাম্য উন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ। দীৰ্ঘদিন ধৰি চলাই আহিছে এই দুৰ্নীতি বুলি মন্তব্য সংগঠন তোৰ জিলা সভাপতি গৰাকীৰ l
Read More News
T & CPrivacy PolicyContact Us