Download Now Banner

This browser does not support the video element.

মৰিগাঁও: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জাগীভকত গাঁৱত সম-জিলা আয়ুক্তৰ নতুন কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে

Marigaon, Morigaon | Aug 23, 2025
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জাগীৰোড সমষ্টিৰ জাগীভকতগাঁৱত সম-জিলা আয়ুক্তৰ নতুন কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে।এই পদক্ষেপে প্রশাসনিক ব্যৱস্থা শক্তিশালী কৰাৰ লগতে নাগৰিকসকলক দ্ৰুত, দক্ষ আৰু সহজভাৱে সেৱা প্ৰদানৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিব।কাৰ্যালয় স্থাপন হোৱাৰ ফলত সম-জিলা পৰ্যায়ৰ বিভিন্ন দাপ্তৰিক সেৱা স্থানীয় ৰাইজে নিজৰ অঞ্চলতে লাভ কৰিৱ।
Read More News
T & CPrivacy PolicyContact Us