Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জত মোলাতীৰঝাৰ হাৰিমন্দিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে প্ৰাঃ বিধায়ক অশ্বনী ৰায় সৰকাৰে

Dhubri Part, Dhubri | Aug 11, 2025
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ অভিলাসী আঁচনি 'অসম দৰ্শন'ৰ অধীনত কাচখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত মোলাতীৰঝাৰ হাৰিমন্দিৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিবলৈ পাই অতি আনন্দিত অনুভৱ কৰে গোলকগঞ্জৰ প্ৰাঃ বিধায়ক অশ্বনী ৰায় সৰকাৰে ম ঈশ্বৰৰে সকলোৰে মঙ্গল কৰক তাৰেই কামনাৰে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰণাম জনাই নেতা গৰাকী ।
Read More News
T & CPrivacy PolicyContact Us