Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: সমগ্র ৰাজ্যেৰ লগতে তিতাবৰটো বিশ্ববৰেণ্য,ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো উলহ মালহৰে উৎযাপন

Jorhat West, Jorhat | Sep 8, 2025
সমগ্র ৰাজ্যেৰ লগতে তিতাবৰটো সোমবাৰে দিনৰ প্ৰায় ১২ বাজি ৩০ মিনিটত বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো উলহ মালহেৰে উদযাপন।তিতাবৰ সমজিলাৰ উদ্যোগত বাহিৰ কৰা হয় বিশাল সাংস্কৃতিক শোভাযাত্ৰা।তিতাবৰ সমজিলাৰ উদ্যোগত বৰ্ণাঢ্য ভাবে উদযাপন কৰা হয় সুধা কণ্ঠৰ শতবৰ্ষ জন্ম দিৱস। অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক মানুহৰ বুকুৰ মাজত সদায় সজীৱ হৈ থকাকৈ তিতাবৰৰ বিভিন্ন প্ৰান্তৰৰ লগতে সমজিলা কাৰ্য্যালয়ৰ উদ্যোগত তিতাবৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ পৰা এক সাংস্কৃতিক শোভা
Read More News
T & CPrivacy PolicyContact Us