Download Now Banner

This browser does not support the video element.

নগাঁও: ডাকৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত চাডেন ভিজিত জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ

Nagaon, Nagaon | Aug 22, 2025
পুনৰ নগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাৰ Sudden Visit এইবাৰ নগাঁও এখন বিদ্যালয়ত হঠাৎ উপস্থিত হৈ পাঠদান পৰ্যবেক্ষণ কৰিলে আয়ুক্ত গৰাকীয়ে নগাঁৱৰ ডাকৰঘাট উচ্চ মাধ্যমিক বিদ্যালয়ত শ্ৰেণী কোঠাত সময় মতে পাঠদান আৰম্ভ নকৰাৰ বাবে জবাবদিহি কৰিলে শিক্ষকক বিদ্যালয়ৰ শিক্ষক সময় মতে শ্ৰেণী কোঠালৈ উপস্থিত নোহোৱাত বিদ্যালয়ৰ চৌহদত দৌৰা-দৌৰি কৰি ফুৰিছিল ছাত্ৰ-ছাত্ৰী
Read More News
T & CPrivacy PolicyContact Us