This browser does not support the video element.
মঙলদৈ ভাগ: কছাৰীপাৰাত বিভিন্ন সমস্যা ওপৰত সভা , উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী
Mangaldoi Part, Darrang | Aug 31, 2025
ছিপাঝাৰ সমষ্টিৰ কছাৰীপাৰাত দেওবাৰে আবেলি 4 মান বজাত কছাৰীপাৰাত বিধায়ক পৰমানন্দ ৰাজবংশীয়ে এখন সভা অনুস্থিত কৰে।কাছাৰী পাৰাৰ অঞ্চলৰ বিভিন্ন সমস্যা ওপৰত বিধায়ক গৰাকীয়ে ৰাইজৰ লগত আলোচনা কৰে।এই সভাত বিধায়ক গৰাকীৰ লগত উপস্থিত থাকে ছিপাঝাৰ উন্নয়ন খণ্ডৰ বিষয়া ভৃগু পতিৰয়,লোক নিৰ্মাণ বিভাগৰ অভিযন্তা হামিদ আলি