This browser does not support the video element.
মাৰ্ঘেৰিটা: ডিগবৈত 'কৰম উৎসৱ-২০২৫'ৰ লগত সংগতি ৰাখি মাৰাথন দৌৰ প্ৰতিযোগিতা, যোৰহাটৰ লগতে বহু জিলাৰ প্ৰতিযোগীৰ অংশগ্ৰহণ
Margherita, Tinsukia | Aug 24, 2025
অসম চাহ জনজাতি ছাত্র সন্থা (আটছা) ডিগবৈ শাখা সমিতিৰ উদ্যোগত সমজিলা ডিগবৈত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব "কৰম উৎসৱ-২০২৫" কৰম উৎসৱ'ৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা প্রায় ৫ বজাত মাৰাথান দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।এই মাৰাথান দৌৰ আনন্দ বাগ চাহ বাগিচাৰ পৰা ডিগবৈ জুবলি ফিল্ড লৈকে প্ৰায় ২১কিলোমিটাৰ জুৰি অনুষ্ঠিত হয়।প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে যোৰহাট,চৰাইদেউ,ডিব্ৰুগড় জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।