Download Now Banner

This browser does not support the video element.

বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদকৰ মন্তব্য

Balijana, Goalpara | Sep 12, 2025
গোৱালপাৰা মহাবিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীৰ মন্তব্য। তেওঁ কয় যে ঐতিহ্য মণ্ডিত গোৱালপাৰা মহাবিদ্যালয়ত কালি এগৰাকী ছাত্ৰই এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাক তীব্ৰ ভাষাৰে সমালোচনা কৰে আৰু দোষী ছাত্ৰ গৰাকীক দৃষ্টান্ত মুলক শাস্তিৰ দাবী জনায়। তেওঁ আৰু কয় যে গোৱালপাৰা মহাবিদ্যালয়ত ছাত্ৰী সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায়।
Read More News
T & CPrivacy PolicyContact Us