Download Now Banner

This browser does not support the video element.

মৰিগাঁও: ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেন্টট চূড়ান্ত বিজয়ী লক্ষীমপুৰ

Marigaon, Morigaon | Sep 7, 2025
মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ আতিথ্যত জিলাখনৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেন্ট ২০২৫ অৰ চূড়ান্ত বিজয়ী সন্মান লাভ কৰে লক্ষীমপুৰ জিলাই।অসম ক্ৰিকেট সন্থাই পোন প্ৰথমবাৰৰ বাবে চাৰিটা জ'নত অনুষ্ঠিত কৰা ১৯ বছৰ অনুৰ্ধ্ব আন্তঃজিলা ছোৱালী ক্ৰিকেট টুৰ্ণামেন্ট ২০২৫ অৰ চূড়ান্ত পৰ্য্যায়ৰ বিজয়ী হ,ল লক্ষীমপুৰ জিলা
Read More News
T & CPrivacy PolicyContact Us