Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দুদিন পাছতেই অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় লোক আদালত সন্দৰ্ভত জিলা আইনী সেবা প্ৰধিকাৰী সচিবৰ সংবাদমেল
Mankachar, South Salmara-Mankachar | Sep 11, 2025
বৃহস্পতিবাৰে দিনৰ 3 বজা লৈকে দুদিন পাছতেই অনুষ্ঠিত হ’ব লগীয়া ৰাষ্ট্ৰীয় লোক আদালত সন্দৰ্ভত জিলা আইনী সেবা প্ৰধিকাৰী সচিবৰ সংবাদমেলৰ আয়োজন কৰে । উল্লেখ্য যে ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত বছৰটোৰ তৃতীয় ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!