Download Now Banner

This browser does not support the video element.

নগাঁও: চামগুৰিৰ নামা পাঘালিত অঘটন,পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক আকোৱালি ল'লে এটা ৮বছৰীয়া কিশোৰে,উপস্থিত আৰক্ষী

Nagaon, Nagaon | Sep 1, 2025
চামগুৰিৰ নামা পাঘালিত অঘটন।পুখুৰীত গা ধুবলৈ গৈ মৃত্যুক আকোৱালি ল'লে এটা ৮বছৰীয়া কিশোৰে।ঘৰৰ পাছফালে থকা পুখুৰীত গা ধুবলৈ গৈছিল দুই ভাতৃ, পুখুৰীত গা ধুই থকাৰ অৱস্থাত ৰিবুল হুছেইন নামৰ কিশোৰ জন হৈছিল নিৰুদ্দেশ।নিৰুদ্দেশ হোৱা পিছতেই স্থানীয় ৰাইজে ১ ঘণ্টা পুখুৰীত বিচাৰ খোজাৰ কৰাৰ পিছত উদ্ধাৰ হয় কিশোৰ জনৰ মৃতদেহ।ঘটনা স্থলীত শিবস্থান আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে NMCH লৈ।
Read More News
T & CPrivacy PolicyContact Us