This browser does not support the video element.
মঙলদৈ ভাগ: দলগাৱঁৰ বৰুৱাঝাৰ গাওঁ পঞ্চায়তত উত্তপ্ত পৰিস্থিতি,
অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰা মহিলাই কৰিলে প্ৰতিবাদ
Mangaldoi Part, Darrang | Sep 2, 2025
দৰঙৰ দলগাঁৱৰ বৰুৱাঝাৰ গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ বঞ্চিত হিতাধিকাৰৰ প্ৰতিবাদ । পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ওলাই আহিল শ শ মহিলা, ক্ষুদ্ধ মহিলাই বন্ধ কৰে পঞ্চায়তৰ দুৱাৰ । পূৰ্বৰ প্ৰাপ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীক আঁচনিত অন্তৰ্ভুক্ত কৰাৰ ভয়ংকৰ অভিযোগ। দলগাঁৱৰ বৰুৱাঝাৰৰ গাওঁ পঞ্চায়তত অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকা যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰাক লৈ বঞ্চিত মহিলাই সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । আঁচনিৰ পৰা বঞ্চিত শ শ ক্ষুদ্ধ মহিলাই পঞ্চ