Download Now Banner

This browser does not support the video element.

ডুমডুমা: কাকপথাত বিশাল গণ সমাবেশ কাৰ্যসূচীত মৰাণ জনগোষ্ঠীৰ ৰাজনৈতিক দল "জাতীয় গণ মঞ্চ" আনুষ্ঠানিক ভাবে মুকলি

Doom Dooma, Tinsukia | Sep 7, 2025
দেওবাৰে কাকপথাৰ ৰাজহুৱা খেলপথাৰত বিশাল গণ সমাবেশ কাৰ্যসূচী অনুষ্ঠিত । মৰাণ জনগোষ্ঠীৰ উপৰিপুৰুষক স্মৰণ কৰি, বন্তি প্ৰজ্বলনৰে আৰম্ভ হয় আজিৰ কাৰ্যসূচী ইয়াৰ লগে লগেই মৰাণ জনগোষ্ঠীৰ ৰাজনৈতিক দল "জাতীয় গণ মঞ্চ" আনুষ্ঠানিক ভাবে মুকলি কৰে । আগন্তুক মৰাণ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত প্ৰথমবাৰ হ'ব নিৰ্বাচনত অৱতীৰ্ণ " জাতীয় গণ মঞ্চৰ " আজিৰ বিশাল গণ সমাৱেশ কাৰ্যসূচীত উপস্থিত হয় হাজাৰ হাজাৰ মৰাণ জনগণ ।
Read More News
T & CPrivacy PolicyContact Us