Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম টিংৰাই বঙালী গাঁৱত তিনিটা বিশাল চুলাই-মদৰ ঘাটি উৎসাত

Tinsukia, Tinsukia | Aug 23, 2025
শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ মিনিতত মাকুম আৰক্ষীয়ে সদৌ অসম অধিবাসী ছাত্ৰ সন্থা মাকুম আঞ্চলিক সমিতিৰ সহযোগিতাত উৎসাত কৰে ২২ টা ড্ৰামত চুলাই মদ তৈয়াৰ কৰিবলৈ ঘুলি থোৱা ৩২,০০ শ লিটাৰ গুৰ । চুলাই-মদ তৈয়াৰ কৰিবলৈ ঘুলি থোৱা গুৰ খিনি নষ্ট কৰাৰ লগতে ড্ৰাম সমূহ কাটি পেলোৱা হয়। অভিযান কালত কোনো লোকক আটক কৰিবলৈ সক্ষম নহল।
Read More News
T & CPrivacy PolicyContact Us