This browser does not support the video element.
নগাঁও: কাঠনিগাঁও পথাৰৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সহ এজন সৰবৰাহকাৰীক আটক মৰিকলং আৰক্ষীৰ
Nagaon, Nagaon | Sep 12, 2025
কাটনিগাঁও পথাৰৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সহ এজন সৰবৰাহকাৰীক আটক মৰিকলং আৰক্ষীৰ নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান অব্যাহত নগাঁও আৰক্ষীৰ । এইবাৰ নিচাজাতীয় সামগ্ৰী বিৰুদ্ধে অভিযান মৰিকলং আৰক্ষীৰ , অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট সহ আটক এটা কুখ্যাত সৰবৰাহকাৰী । উল্লেখ্য যে এক গোপন সূত্ৰৰ ভিত্তিত নগাঁও মৰিকলং আৰক্ষীয়ে মাজনিশা এজন লোকৰ বাসগৃহত চলাই এক অভিযান । মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পম্পি ৰয়ৰ নেতৃত্বত চলোৱা উক্ত অভিযানত আ