Download Now Banner

This browser does not support the video element.

বৰপেটা: কয়াকুছি পাথাৰত হত্যাকাণ্ড, লুটি নিলে স্কুটি সহ আন আন সামগ্ৰী

Barpeta, Barpeta | Aug 30, 2025
কয়াকুছি পাথাৰত সংঘটিত হৈছে হত্যাকাণ্ডৰ ঘটনা। ঘৰত মানুহ নথকাৰ সুযোগ লৈ দুৰ্বিত্বই হত্যা কাণ্ড সংঘটিত কৰি লুটি নিয়ে স্কুটি সহ ঘৰৰ আজ-বাব পত্ৰৰ লগতে বহু সা-সামগ্ৰী। নিহত লোকজন কয়াকুছি পাথাৰৰ ৪৭ বছৰীয়া মোনতাজ আলী ৷ ঘটনাৰ খৰব বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি দীৰ্ঘ দিন ধৰি নিহতলোকজন নিষিদ্ধ গাঞ্জা সেৱন আৰু বিক্ৰীৰ সৈতে জড়িত আছিল।
Read More News
T & CPrivacy PolicyContact Us