Download Now Banner

This browser does not support the video element.

মাটিয়া: সূতাৰ পাৰা বজাৰগৃহত এআইইউডিএফৰ সাংগঠনিক বিকাশ অভিযানৰ সভা অনুষ্ঠিত হয়

Matia, Goalpara | Aug 31, 2025
সূতাৰ পাৰা বজাৰগৃহত এআইইউডিএফৰ সাংগঠনিক বিকাশ অভিযানৰ সভা অনুষ্ঠিত হয়। এআইইউডিএফৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি আবুল কালাম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিধায়ক ছামচুল হুদা উপস্থিত থাকি দলৰ সাংগঠনিক দিশৰ ওপৰত ভাষণ দিয়ে। সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত জিলা এআইইউডিএফৰ সভাপতি আবুল কালাম হুছেইনে কয় যে যিসমূহ সমষ্টিত এআইইউডিএফৰ দলে জয়ী হব সেই সমষ্টিসমুহত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবলৈ সভা সমিতি অনুষ্ঠিত কৰি আছে।
Read More News
T & CPrivacy PolicyContact Us