Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: 'পানী নিষ্কাশনৰ বাবে চাউলখোৱাৰ ১২৮ বছৰীয়া এটা জামা মছজিদ ভঙা হৈছে', পৌৰনিগমৰ সভাকক্ষত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সংবাদ মেল
Dibrugarh East, Dibrugarh | Jun 25, 2025
আজি বুধবাৰে দিনৰ ১:৩০ মিনিটত ডিব্ৰুগড় পৌৰণিগম কাৰ্যালয়ৰ সভাকক্ষ্যত এক সংবাদমেল সম্বোধন কৰে ডিব্ৰুগড় পৌৰণিগম আয়ুক্তই। ডিব্ৰুগড়ত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ লক্ষ্যৰে জিলা প্ৰশাসনে সোমবাৰে ১২৮ বছৰীয়া চাউলখোৱা জামা মছজিদ ভাঙি বকুলৰ পৰা চেচা দলংলৈ এটা বৃহৎ নিষ্কাশন ব্যৱস্থা নিৰ্মাণ আৰু উন্নীতকৰণৰ সুবিধাৰ বাবে মছজিদ পৰিচালনা সমিতিৰ সন্মতিত ভাঙি পেলায়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!