Install App
rosebhuyan
This browser does not support the video element.
নগাঁও: ড্ৰাগছৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান , চামগুৰিৰ ৰঙাগড়াস্থিত মা-লক্ষ্মী হোটেলত অভিযান চামগুৰি আৰক্ষীৰ
Nagaon, Nagaon | Aug 24, 2025
ড্ৰাগছৰ বিৰুদ্ধে চামগুৰি আৰক্ষীৰ অভিযান চামগুৰিৰ ৰঙাগড়াস্থিত মা-লক্ষ্মী হোটেলত অভিযান চামগুৰি আৰক্ষীৰ গোপনসূত্রৰ পম খেদি চামগুৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ২০টা নিষিদ্ধ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ সহ আটক দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটকাধীন ধৃত লোক কেইজন ক্ৰমে ইদ্ৰীছ আলী আৰু দিপক দত্ত
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!