Download Now Banner

This browser does not support the video element.

পশ্চিম যোৰহাট: মহানগৰীৰ পাছত এইবাৰ যোৰহাটৰ মাজমজিয়াৰ হোটেলত যৌনতাৰ বেহা , আটক যৌন ব্যৱসায়ৰ এজেন্ট , দুগৰাকী মহিলাকো আটক

Jorhat West, Jorhat | Sep 2, 2025
মহানগৰীৰ পাছত এইবাৰ যোৰহাটৰ মাজমজিয়াৰ হোটেলত যৌনতাৰ বেহা। আটক যৌন ব্যৱসায়ৰ এজেন্ট । দুগৰাকী মহিলাকো আটক । যোৰহাট নগৰৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে দুগৰাকী মহিলাক । যৌন ব্যৱসায়ৰ এজেন্ট আটক , পলাতক এজন ।আৰক্ষীয়ে আজি আটক কৰিছে সন্দেহজনক মহিলাক ।যোৰহাটৰ একাংশ হোমষ্টে , লজ আৰু হোটেলত যৌনতাৰ বেহা চলি অহাৰ তথ্য পোহৰলৈ অহাৰ সময়তে আৰক্ষীয়ে আটক কৰে।
Read More News
T & CPrivacy PolicyContact Us