Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: মঙলদৈত‌ অনুষ্ঠিত হ'ব লগীয়া প্ৰধান মন্ত্ৰীৰ‌ জন সভাৰ স্হলি পৰিদৰ্শন কৰে সাংসদ দিলীপ শইকীয়াই

Mangaldoi Part, Darrang | Sep 3, 2025
অহা 14 ছেপ্টেম্বৰত মঙ্গলদৈত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন জনসভা সন্মোধন কৰিব।এই সভাতেই প্ৰধান মন্ত্ৰী গৰাকীয়ে দৰং মিডেকেল কলেজৰ আধাৰ শিলা কৰিব এই আধাৰ শিলা স্হলী পৰিদৰ্শন কৰে বুধবাৰে আবেলি 4 মান বজাত সাংসদ দিলীপ শইকীয়াই
Read More News
T & CPrivacy PolicyContact Us