Download Now Banner

This browser does not support the video element.

লংকা: লামডিং চহৰত শ্ৰীমা ভৱনৰ প্ৰাংগণত ড্ৰাগছৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠন ছেলীৰ উদ্যোগত আনুস্থিত

Lanka, Hojai | Sep 9, 2025
মঙলবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত লামডিং চহৰত শ্ৰীমা ভৱনৰ প্ৰাংগণত ড্ৰাগছৰ বিৰুদ্ধে স্বেচ্ছাসেৱী সংগঠন ছেলীৰ উদ্যোগত আয়োজিত এক সজাগতা সভাত উপস্থিত থাকে বিধায়ক শিবু মিশ্ৰ । ড্ৰাগছে কেৱল এগৰাকী ব্যক্তিকেই ধ্বংস নকৰে, ইয়াৰ লগতে ধ্বংস কৰে এটি পৰিয়াল, এখন সমাজক। সেয়েহে এই দিশত সচেতনতা বৃদ্ধি কৰি ড্ৰাগছমুক্ত লামডিং গঢ়াৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আহ্বান জনাই ৰাইজক বিধায়ক গৰাকীয়ে ।বিধায়ক গৰাকীৰ লগতে এই কাৰ্যসূচীত অংশগ্ৰহন কৰে জিলা আয়ুক্ত বিদ্যুত বিকাশ ভাগৱতীৰ লগতে অন্যান
Read More News
T & CPrivacy PolicyContact Us