Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গড়চুকৰ বাঠোপুৰিত বন্ধুক হত্যা কৰি মৃতদেহ পেলালে বশিষ্ঠ নৈত, হত্যাকাৰীক লগত লৈ বশিষ্ঠ নৈত অভিযান আৰক্ষীৰ

Guwahati, Kamrup Metropolitan | Sep 4, 2025
বৃহস্পতিবাৰে গড়চুকৰ বাঠোপুৰিত বন্ধুক হত্যা কৰি মৃতদেহ পেলালে বশিষ্ঠ নৈত। হত্যাকাৰীক লগত লৈ বশিষ্ঠ নৈত অভিযান। হত্যাকাণ্ড সংঘটিত কৰা লোক জনৰ নাম ৰফিকুল ইছলাম। মৃত যুৱকজনৰ নাম ৰিয়াজ আলী। দুই বন্ধু পেচাত মিস্ত্ৰী হিচাপে আছিল।ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ৰিয়াজ আলীৰ মৃতদেহ বিচাৰি SDRFৰ অভিযান।
Read More News
T & CPrivacy PolicyContact Us