Download Now Banner

This browser does not support the video element.

লংকা: লংকা পৌৰসভায় বিগত কিছুদিন পূৰ্বে লংকাৰ নেতাজী প্ৰতিমূর্ত্তিৰ সমীপত থকা আঁহত গছ কাটি দিয়াত ৰাইজে বন্তি প্ৰজ্বলন কৰে

Lanka, Hojai | Sep 5, 2025
লংকা পৌৰসভায় বিগত কিছুদিন পূৰ্বে লংকাৰ নেতাজী প্ৰতিমূর্ত্তিৰ সমীপত থকা আঁহত গছ জোপা কাটিছিল।উক্ত গছজোপা কটাৰ ফলত ৰাইজৰ বিভিন্ন সময়ত সমস্যা হোৱাৰ লগতে পক্ষীৰ বাসস্থান নাইকিয়া হৈছিল।শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭মান বজাত স্থানীয় ৰাইজ তথা একাংশ ব্যৱসায়ীয়ে বন্তি প্ৰজ্বলন কৰে।লগতে পক্ষীৰ বাসস্থান ধ্বংস কাৰীক শাস্তি প্ৰদানৰ দাবী, পক্ষীৰ বাসস্থান ধ্বংস কাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত হাতে হাতে প্লে কাৰ্ড লৈ মৌনব্ৰত পালন কৰা পৰিলক্ষিত হয়।
Read More News
T & CPrivacy PolicyContact Us