Download Now Banner

This browser does not support the video element.

বিজনী ভাগ: প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই, বিজনীত মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

Bijni Part, Chirang | Sep 12, 2025
প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী কাৰো লগত আমাৰ একো শত্ৰুতা নাই ,বিটিচি নিৰ্বাচনৰ পিছত কি পৰিবেশ হয় সেইটো আমি কোনেও নাজানো,কিন্ত এটা কথা ঠিক হাগ্ৰামা মহিলাৰী, প্ৰমোদ বড়ো একলগ হৈ থাকিলে আমাৰ কাৰনে ভাল,এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
Read More News
T & CPrivacy PolicyContact Us