This browser does not support the video element.
মৰিয়নি: ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস সন্দৰ্ভত মৰিয়নিত বিধায়ক , অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত সভা
Mariani, Jorhat | Aug 26, 2025
ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস সন্দৰ্ভত মৰিয়নিত বিধায়ক , অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত সভা । মৰিয়নিত অনুষ্ঠিত হ'ব ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস। আদিবাসী কল্যাণ উন্নয়ন পৰিষদে অনুষ্ঠিত কৰিব এই শান্তি চুক্তি দিৱস । অহা ১৫ ছেপ্তেম্বৰ তাৰিখে মৰিয়নিৰ মহাদেৱ আগৰৱালা খেল পথাৰত হ'ব লগীয়া ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস সন্দৰ্ভত আজি সভা অনুষ্ঠিত ।