Download Now Banner

This browser does not support the video element.

ওদালগুৰি: খৈৰাজংঘলত উদ্ধোধন কৰা হয় বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়, উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন ইএম সঞ্জীত তান্তী

Udalguri, Udalguri | Sep 9, 2025
ওদালগুৰি জিলাৰ ননৈ চেৰফাং পৰিষদীয় সমষ্টিৰ খৈৰাজংঘলৰ বেলতলা চকত বিজেপি দলৰ এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যলয়ৰ শুভ উদ্বোধন কৰা হয়। উক্ত প্ৰচাৰ কাৰ্যালয়টো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিটিচিৰ প্ৰাক্তন ইএম সঞ্জীত তান্তীয়ে। ইপিনে কাৰ্যলয় উদ্ধোধন অনুষ্ঠানত প্ৰাক্তন ইএম গৰাকীৰ সতে জিলা বিজেপিৰ উপ সভাপতি বিকন চন্দ্ৰ ডেকা, মণ্ডল সভাপতি অশোক মাহাতু, প্ৰমুখ্যে আমন্ত্ৰিত অতিথি আৰু অঞ্চলৰ শুভাকাংশী ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us