Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: জিলাৰ ঢেপঢেপী সমবায় সমিতিত বাৰ্ষিক সভাৰ কাৰ্য্যসূচী পালন

Dhubri Part, Dhubri | Aug 23, 2025
ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ঢেপঢেপী সমবায় সমিতিত আজি তৰফৰ পৰা ২০২৪-২০২৫ বৰ্ষৰ বাৰ্ষিক সভা আয়োজন কৰে ঢেপঢেপী সমবায় সমিতিৰ আহ্বায়ক কমিটিয়ে। উল্লেখ্য যে আজিৰ সভাত আলোচনা মৰ্মে উন্নয়ন মুলক কাম কাজৰ বিষয়ে প্ৰস্তাব গ্ৰহণ কৰে। উক্ত অঞ্চলত হিম ঘৰৰ ব্যৱস্থা কৰা। উক্ত অঞ্চলত ঢেপঢেপী সমবায়ৰ পৰা কেইবাটাও দোকান ঘৰৰ ব্যৱস্থা কৰি নিবনুৱা যুৱক সকল কৰ্মৰ সংস্
Read More News
T & CPrivacy PolicyContact Us