Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মূল পথ HM ROAD ক লৈ হাটশিঙিমাৰীত পূনৰ প্ৰতিক্ৰিয়া প্ৰকাশ জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ
Mankachar, South Salmara-Mankachar | Sep 10, 2025
বুধবাৰে নিশা ১১:৩০ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা আছুৰ ভাৰপ্ৰাপ্ত সভাপতি আব্দুৰ ৰেজ্জাক সেখে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মূল পথ HM ROAD ক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে জিলাখনৰ মূল পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে দীৰ্ঘদিন ধৰি জীলাবাসীয়ে যমৰ যাতনাত ভূগিছে। যাৰ বাবে উক্ত পথখন মেৰামতিৰ দাবী জিলা আছূৰ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!