Download Now Banner

This browser does not support the video element.

চাবুৱা: মুৰিপট্টীত ভয়ংকৰ পথ দুৰ্ঘটনা, পিছফালৰ পৰা নৈশ বাছে খুন্দা মাৰে বিদ‍্যালয়লৈ চাইকেলেৰে গৈ থকা এজন ছাত্ৰক, কথমপি প্ৰাণৰক্ষা

Chabua, Dibrugarh | Aug 27, 2025
আজি বুধবাৰে পুৱা ৯:৩০ বজাত চাবুৱাৰ মুৰিপট্টীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এজন ছাত্ৰই বিদ‍্যালয়লৈ চাইকেলেৰে গৈ থকাৰ অৱস্থাত পিছফালৰ পৰা মহতীয়াই নিয়ে এখ নৈশ বাছে। ফলত বহু দূৰৈত চিতিকি পৰে ছাত্র জন। কথমপি প্ৰাণৰক্ষা পৰে ছাত্র জনৰ। খাৰুপেতিয়াৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল AS01FC 2578 নম্বৰৰ JS Travells নামৰ নৈশ বাছ খন। চালক জশক আটক কৰে আৰক্ষীয়ে
Read More News
T & CPrivacy PolicyContact Us