Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা আয়ুক্ত প্ৰদীপ টিমুং য়ে জিলাখনৰ বালিজানাত গ্ৰামাঞ্চলৰ কেতবোৰ চৰকাৰী আঁ‌চনি পৰিদৰ্শন কৰে

Balijana, Goalpara | Sep 3, 2025
জিলা আয়ুক্ত প্ৰদীপ টিমুং য়ে জিলাখনৰ গ্ৰামাঞ্চলৰ কেতবোৰ চৰকাৰী আঁ‌চনি পৰিদৰ্শন কৰে। বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত কল্যাণপুৰ গাওঁ পঞ্চায়তত কেইবাটাও MGNREGA আঁ‌চনিৰ কাম পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলা আয়ুক্তৰ লগত বালিজানা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া প্ৰিয়ংকা চাহু আৰু বিভাগীয় অভিযন্তা উপস্থিত থাকে। এই সময়তে জিলা আয়ুক্তই গোলমাৰ্ট , ৰাংচাপাৰা গাঁ‌ও আৰু উৰপদ বিললৈও যায়। জিলা আয়ুক্তই উৰপদ বিলত স্থানীয় গাওঁবাসীৰ লগত মতবিনিময় কৰে।
Read More News
T & CPrivacy PolicyContact Us