Install App
chirangnews494
This browser does not support the video element.
বিজনী ভাগ: আগন্তুক বিটিচি নিৰ্বাচন লৈ ১ নং ফাগুনাগাঁৱত বিজেপিৰ প্ৰচাৰ সভা অনুষ্ঠিত , উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
Bijni Part, Chirang | Sep 13, 2025
এইবাৰ বিটিচি নিৰ্বাচনত বিজেপিয়ে ১৮ খন আসন লাভ কৰিব,বাকী ২২ খনৰ ভিতৰত ১০ খন কোনোবাই পাব আৰু ১২ খন আন কোনোবাই পাব,বিটিচিত বিজেপি ক্ষমতাত থাকিব সেয়া নিশ্চিত,চিৰাং জিলাৰ বিজনীৰ ১৯ নং থুৰিবাৰী সমষ্টিৰ অন্তৰ্গত ১ নং ফাগুনাগাঁওৰ খেলপথাৰত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰি মন্ত্ৰী ৰঞ্জিত দাস এই মন্তব্য আগবঢ়ায় ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!